Classifieds
View All
গুৱাহাটী , ৪নৱেম্বৰ : আজি ভাৰতত আহি উপস্থিত হ’বহি অন্য তিনিখন ৰাফেল বিমান ৷ উল্লেখ্য যে ফ্ৰান্সৰ পৰা প্ৰথম ৫খন বিমান ২৮ জুলাইত আহি উপস্থিত হৈছিল । ভাৰতত আহি উপস্থিত হোৱা প্ৰথম ৫খন ৰাফেল বিমান ইতিমধ্যেই কাৰ্যক্ষেত্ৰত নিয়োগ কৰা হৈছে । লাডাখৰ বিশেষ স্থানত মকৰল কৰা হৈছে ৰাফেল বিমান ।
Comments