Cartoon
View Older
গুৱাহাটী, ৩ ডিচেম্বৰঃ চলিত ফিফা ৱৰ্ল্ডকাপৰ শেহতীয়া খেলত দক্ষিণ কোৰিয়াই পৰ্তুগালৰ বিৰুদ্ধে খেলৰ ষ্টপেজ টাইমত গ'ল কৰি ২-১ গ'লত জয়ী হয়। ইপিনে ঘানাৰ বিৰুদ্ধে ২-০ গ'লত উৰুগুৱে জয় হোৱা স্বত্বেও, গ্ৰুপ এইচ পৰ্যায়ত ২০২২ চনৰ বিশ্বকাপৰ পৰা নক আউট হয়।
Comments