গুৱাহাটী, ৩ডিচেম্বৰঃ মাটিৰ দখলীস্বত্ব থকা ৰায়তক মালিকীস্বত্ব প্ৰদান কৰাৰ উদ্দেশ্যে অসম চৰকাৰে প্ৰৱৰ্তন কৰা @basundharaassam আঁচনিৰ আবেদনৰ অন্তিম দিন ২০২৩ চনৰ ১০ জানুৱাৰী ধাৰ্য কৰা হৈছে। উৎসঃ এ আই আৰ নিউজ
February 7, 2023
Comments