Cartoon
View Older
গুৱাহাটী, ২ ডিচেম্বৰঃ আমেৰিকান ৰেপাৰ কেনে ৱেষ্টে হিংসাত্মক প'ষ্ট কৰি মাইক্ৰ'ব্লগিং ছাইটৰ নিয়ম উলংঘা কৰাৰ বাবে টুইটাৰৰ পৰা নিলম্বিত কৰা হৈছে। ৰেপাৰজনৰ টুইটাৰ একাউণ্টত শুক্ৰবাৰে এটা "একাউণ্ট নিলম্বিত" জাননী পোষ্ট কৰা হৈছে। টুইটাৰৰ মুখ্য কাৰ্যবাহী বিষয়া ইলন মাস্কে টুইটাৰযোগে ২২ বাৰ গ্ৰেমী বঁটা প্ৰাপ্ত শিল্পীজনৰ টুইটাৰ একাউন্ট ডিলিট কৰাৰ কথাটো নিশ্চিত কৰিছে।
Comments