Cartoon
View Older
গুৱাহাটী,২ ডিচেম্বৰ:ডিব্ৰুগড় বিশ্ববিদ্যালয়ত সংঘটিত ৰেগিং কাণ্ডক লৈ প্ৰতিক্ৰিয়া ডিজিপি ভাস্কৰজ্যোতি মহন্তৰ । ৰেগিঙৰ বিৰুদ্ধে অধিক কঠোৰ হ’ব অসম আৰক্ষী । ইতিমধ্যে মুখ্যমন্ত্ৰীয়ে কঠোৰ হোৱাৰ নিৰ্দেশ দিছে অসম আৰক্ষীক ।
তেওঁ লগতে সকিয়াই দিয়ে যে এইবাৰ কেৱল জগৰীয়া কৰি এৰি দিয়া নহ’ব ৰেগিংকাৰী তথা হোষ্টেলৰ কৰ্তৃপক্ষক । প্ৰয়োজনত গ্ৰেপ্তাৰ কৰা হ’ব বিশ্ববিদ্যালয়ৰ বিষয়া-কৰ্মচাৰীক । সভ্য সমাজত ৰেগিঙৰ কোনো স্থান নাই, ইয়াক সহ্য কৰা নহ’ব ।
Comments