Cartoon
View Older
গুৱাহাটী,২ ডিচেম্বৰ:জগন্নাথ বৰুৱা মহাবিদ্যালয়ত ৰেগিং সন্দৰ্ভত যোৰহাটৰ অতিৰিক্ত আৰক্ষী অধীক্ষক চাহজাহান সৰকাৰৰ সংবাদমেল ৷ মহাবিদ্যালয়খনৰ অধ্যক্ষ উৎপল জ্যোতি মহন্তই দাখিল কৰা এজাহাৰ ভিত্তিত সমগ্ৰ ঘটনাৰ তদন্ত অব্যাহত ৰখা হৈছে ।
893/2022 নম্বৰত ভাৰতীয় দণ্ডবিধি আইনৰ 341/325/506/34 ধাৰাৰ অধীনত ৰুজু কৰা হৈছে গোচৰ ৷ মহাবিদ্যালয়খনৰ অধ্যক্ষই ৰেগিঙৰ ঘটনাত জড়িত থকাৰ অভিযোগত ৯ জনৰ বিৰুদ্ধে যোৰহাট সদৰ থানাত এজাহাৰ দাখিল কৰিছে৷
Comments