গুৱাহাটী, ৩ডিচেম্বৰঃ আজি গুৱাহাটীৰ দীঘলী পুখুৰীৰ পাৰত বিশেষ ভাৱে সক্ষম সকলৰ হকে কাম কৰা স্বেচ্ছাসেৱী অনুষ্ঠান শিশু সাৰথিৰ সৌজন্যত ৩ ডিচেম্বৰ, বিশেষ ভাৱে সক্ষমলোকৰ আন্তৰ্জাতিক দিৱস উপলক্ষে আয়োজিত পুতলা নাচ৷
February 7, 2023
Comments