Cartoon
View Older
গুৱাহাটী, ৩ ডিচেম্বৰঃ শনিবাৰে তৃণমূল কংগ্রেছৰ অসমৰ সদস্যসকলে গুৱাহাটীৰ ৰাজ্যিক মুখ্য কাৰ্যালয়ত মহিলা আৰু হিন্দু সম্প্ৰদায়ৰ লোকসকলৰ ওপৰত কৰা মন্তব্যৰ প্ৰতিবাদ জনাই সাংসদ আৰু অল ইণ্ডিয়া ইউনাইটেড ডেমক্ৰেটিক ফ্ৰণ্টৰ (এআইইউডিএফ) মুৰব্বী বদৰুদ্দিন আজমলৰ পুত্তলিকা দাহ কৰে।
Comments