Cartoon
View Older
গুৱাহাটী, ১ ডিচেম্বৰঃডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ৰেগিং কাণ্ডৰ অন্যতম অভিযুক্ত দিব্যজ্যোতি গগৈৰ আত্মসমৰ্পণ।আত্মসমৰ্পণৰ পিছতে দিব্যজ্যোতি গগৈক গ্ৰেপ্তাৰ কৰা হৈছে।ইফালে,বিশ্ববিদ্যালয়ৰ প্ৰশাসনিক ভৱনত অনুষ্ঠিত হৈছে এণ্টি ৰেগিং কমিটীৰ বৈঠক।
বৈঠকৰ সময়ত উপস্থিত হ’ব লাগিব বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক উজ্জ্বল অংকুৰ বৰা।আন ১১ ছাত্ৰও বৈঠকত উপস্থিত হ’ব লাগিব।জাননী দিয়াৰ পিছতো বুধবাৰে হাজিৰ হোৱা নাছিল উজ্জ্বল অংকুৰ বৰা।উপস্থিত নহ’লে তদন্ত কমিটীয়ে ল’ব সিদ্ধান্ত।
Comments