Cartoon
View Older
ধেমাজি ঃ নিজা প্ৰতিবেদক, ৬ ডিচেম্বৰ ঃ কৃষক মুক্তি সংগ্ৰাম সমিতিৰ ধেমাজি জিলা সমিতিৰ যুটীয়া সম্পাদক দুৰ্গা বড়াক আজি গোগামুখৰ আৰক্ষীয়ে বলাৎকাৰৰ এটা গোচৰত গ্ৰেপ্তাৰ কৰে৷
গোগামুখৰ আৰক্ষীয়ে ভাৰতীয় দণ্ডবিধিৰ ৩৪২ আৰু ৩৭৬ ধাৰাত [গোচৰ নং ১২২/২২] লখিমপুৰৰ পৰা গ্ৰেপ্তাৰ কৰে৷ যোৱা ২৯ নৱেম্বৰত সংঘটিত হৈছিল উক্ত বলাৎকাৰৰ ঘটনাটো৷ ঘটনা সন্দৰ্ভত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে৷
Comments