Cartoon
View Older
গুৱাহাটী, ৬ ডিচেম্বৰঃ গুৱাহাটী পৌৰ নিগমে (জিএমচি) মঙলবাৰে আৰ্য নগৰৰ নবনির্মিত উৰণীয়া সেঁতুৰ তলত আৰু ৰুক্মিণীগাঁৱত উচ্ছেদ অভিযান চলাই পদপথ আৰু পাৰ্কিং কৰা স্থানত থকা কেইবাখনো দোকান উচ্ছেদ কৰে।
উল্লেখ্য যে, মহানগৰীৰ বানপানী সমস্যা ৰোধ কৰিবলৈ বিগত কেইবামাহৰ পৰা জিএমচিয়ে চহৰখনৰ কেইবাটাও স্থানত উচ্ছেদ অভিযান চলাই আহিছে।
Comments