Cartoon
View Older
গুৱাহাটী, ৬ ডিচেম্বৰঃ সোমবাৰে নিশা ভঙাগড়ৰ এছবিআই কলনীত এগৰাকী চিকিৎসা বিজ্ঞানৰ শিক্ষাৰ্থীয়ে নিজ বাসগৃহত আত্মহনন কৰে। শ্ৰেয়া দেৱী নামৰ মৃত শিক্ষাৰ্থীগৰাকী উৰিষ্যাত অধ্যয়ন কৰি আছিল।
ইফালে, পৰৱৰ্তী সময়ত স্থানীয় আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ মৰণোত্তৰ পৰীক্ষাৰ বাবে মৃতদেহটো উদ্ধাৰ কৰে। আৰক্ষীয়ে জানিব দিয়া অনুসৰি মৃত যুৱতী গৰাকীয়ে দীৰ্ঘদিনৰ পৰা হতাশাত ভুগি থকাত এই চৰম পদক্ষেপ লয়।
Comments