Cartoon
View Older
গুৱাহাটী, ৭ ডিচেম্বৰঃ চলিত ফিফা বিশ্বকাপৰ শেহতীয়াকৈ অনুষ্ঠিত খেলত মৰক্কোৱে ইতিহাস সৃষ্টি কৰি প্ৰথমবাৰৰ বাবে বিশ্বকাপৰ কোৱাৰ্টাৰ ফাইনেলত উপনীত হ'বলৈ সক্ষম হৈছে।মঙলবাৰে অনুষ্ঠিত মৰক্কো বনাম স্পেইনৰ খেলখন নিৰ্দ্ধাৰিত সময়ত ০-০ ত সমাপ্ত হয় যদিও পেনাল্টিত মৰক্কোৱে স্পেইনক ৩-০ গ'লত পৰাস্ত কৰে।
মৰক্কো হৈছে ইউৰোপ বা দক্ষিণ আমেৰিকাৰ বাহিৰৰ একমাত্ৰ দল যিয়ে অন্তিম ৮ ত স্থান লাভ কৰিছে।
Comments