Cartoon
View Older
গুৱাহাটী, ৭ ডিচেম্বৰঃ বিশিষ্ট লেখক সাংবাদিক হোমেন বৰগোহাঁইৰ বুধবাৰে জন্ম জয়ন্তী উপলক্ষে ৰাজ্যৰ মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। ১৯৩২ চনত জন্ম গ্ৰহণ কৰা হোমেন বৰগোহাঁই ৰাজ্যৰ এগৰাকী বিশিষ্ট সাংবাদিক আৰু লেখিক আছিল, যিয়ে ১৯৭৮ চনত তেওঁৰ উপন্যাস পিতা পুত্ৰৰ বাবে সাহিত্য অকাডেমি বঁটা লাভ কৰে।
তেওঁ ২০০১-০২ বৰ্ষৰ পৰা অসম সাহিত্য সভাৰ সভাপতি হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। ২০১৫ চনত, বিশিষ্ট সাংবাদিকজনে দেশত বৰ্ধিত 'ফেচীবাদী প্ৰৱণতা'ৰ প্ৰতিবাদত তেওঁৰ সাহিত্য অকাডেমি বঁটা ঘূৰাই দিয়ে।
Comments