Cartoon
View Older
গুৱাহাটী,৪ ডিচেম্বৰ: বিশ্বকাপ ফুটবলৰ গ্ৰুপ ১৬ ৰ আন এখন খেলত কালি নেডাৰলেণ্ডে ৩-১ গ’লৰ ব্যৱধানত পৰাস্ত কৰে আমেৰিকাক ৷ নেডাৰলেণ্ডৰ হৈ মেমফিচ ডিপেয়ে ১০ মিনিটত প্ৰথমটো গ’ল কৰে ৷ ডিলে ব্লাইণ্ডে প্ৰথমাৰ্ধৰ ৪৫+১ মিনিটত দ্বিতীটো গ’ল দিয়ে নেডাৰলেণ্ডৰ হৈ ৷
আমেৰিকাৰ হাজি ৰাইটে খেলৰ ৭৬ মিনিটত এটা গ’ল পৰিশোধ কৰে ৷ কিন্তু সেয়া যথেষ্ট নাছিল ৷ খেলখনৰ ৮১ মিনিটত ডেনজেল ডামফ্ৰিছে নেডাৰলেণ্ডৰ হৈ পুনৰ এটা গ’ল কৰি ব্যৱধান ৩-১ লৈ বৃদ্ধি ৷ এই বিজয়েৰে ইতিমধ্যে কোৱাৰ্টাৰ ফাইনেলত নিজৰ স্থান সুনিশ্চিত কৰিলে নেডাৰলেণ্ডে ৷
Comments