Cartoon
View Older
গুৱাহাটী, ৫ ডিচেম্বৰঃ চলিত ফিফা বিশ্বকাপৰ দেওবাৰে আল বায়েট ষ্টেডিয়ামত অনুষ্ঠিত ৰাউণ্ড অৱ ১৬ ৰ খেলখেনত ইংলেণ্ডে ছেনেগালক ৩-০ গ'লত পৰাস্ত কৰে। ইংলেণ্ডে ছেনেগালৰ বিৰুদ্ধে পূৰ্বৰ ৭ খন বিশ্বকাপ মেচত কেতিয়াও পৰাজিত হোৱা নাই আৰু সেই ইতিহাস এতিয়াও অক্ষুন্ন আছে।
জৰ্ডান হেণ্ডাৰছনে ইংলেণ্ডৰ হৈ গ'লৰ আৰম্ভণি কৰে। হেৰী কেনে দ্বিতীয়টো গ'ল কৰে আৰু ৱেইন ৰুনিৰ ইংলেণ্ড ৰেকৰ্ডৰ সমতা অৰ্জন কৰিবলৈ বুকায়ো চাকাই তৃতীয়টো গ'ল কৰে।
Comments