Cartoon
View Older
গুৱাহাটী,৮ ডিচেম্বৰ:ক্ৰীড়া প্ৰেমীৰ বাবে ভাল খবৰ।পুনৰ গুৱাহাটীত অনুষ্ঠিত হ’ব আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট মেচ।নতুন বছৰৰ প্ৰথমতে গুৱাহাটীত অনুষ্ঠিত হ’ব ভাৰত-শ্ৰীলংকাৰ মেচ।
১০ জানুৱাৰীত গুৱাহাটীৰ বৰ্ষাপাৰাত অনুষ্ঠিত হ’ব ভাৰত-শ্ৰীলংকাৰ মাজত প্ৰথমখন এদিনীয়া মেচ।অসম ক্ৰিকেট সন্থাক ভাৰত-শ্ৰীলংকা শৃংখলাৰ প্ৰথমখন এদিনীয়া মেচ আয়োজনৰ দায়িত্ব দিলে বিচিচিআইএ।
Comments