Cartoon
View Older
গুৱাহাটী, ১০ ডিচেম্বৰঃ চলিত বিশ্বকাপৰ হাই ভল্টেজ কোৱাৰ্টাৰ ফাইনেলৰ আৰ্জেণ্টিনা আৰু নেডাৰলেণ্ডৰ মাজত হোৱা মেচত অতিৰিক্ত সময় অতিক্রম কৰাৰ পাছতো স্ক'ৰ ২-২ হৈ থাকে। পৰৱৰ্তী সময়ত পেনাল্টি শ্বুটআউটত আৰ্জেণ্টিনা ৪-৩ গ'লত জয়ী হয়। যাৰ ফলত মেছিৰ বিশ্বকাপ জিকাৰ সপোনটো পুনৰ সজীৱ হৈ উঠিছে।
Comments