Cartoon
View Older
গুৱাহাটী, ৭ ডিচেম্বৰঃ গুৱাহাটী মহানগৰত আজি বিশেষ টেট উত্তীর্ণ ২০২১ সন্থাই উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে।ৰাজপথত শুই টেট উৰ্ত্তীৰ্ণসকলে নিয়োগৰ দাবী জনায়। আৰক্ষীয়ে চোচৰাই দাঙি নি প্ৰতিবাদকাৰীক আঁতৰোৱাবলৈ চেষ্টা কৰে।
উল্লেখযোগ্য যে,টেট উত্তীর্ণ হোৱাৰ পিছদিনাই নিযুক্তি দিম বুলি প্ৰতিশ্ৰুতি দিয়া চৰকাৰে প্ৰতিশ্ৰুতি পালন নকৰাৰ অভিযোগত তেওঁলোকে ‘দিছপুৰ চল’ আহ্বানেৰে এই প্ৰতিবাদ সাব্যস্ত কৰে।
Comments