গুৱাহাটী,৮ ডিচেম্বৰ:হিমাচল প্ৰদেশত বিজেপিৰ এজন প্ৰাৰ্থীৰ জয়লাভ ৷ সুন্দৰনগৰ বিধানসভা সমষ্টিৰ পৰা বিজেপিৰ ৰাকেশ কুমাৰৰ জয়লাভ ৷
বৰ্তমানলৈকে বিজেপিৰ ৩৩ খন আসনত অগ্ৰগতি, কংগ্ৰেছৰ ৩১ খনত অগ্ৰগতি আৰু অন্যান্যৰ ৪ খনত অগ্ৰগতি ৷
February 1, 2023
Comments