Cartoon
View Older
গুৱাহাটী,৮ ডিচেম্বৰ:ঘোষণা হ’ল ২০২৩ বৰ্ষৰ মেট্ৰিক পৰীক্ষাৰ দিন।
৩ মাৰ্চৰ পৰা ২০ মাৰ্চলৈ অনুস্থিত হ'ব ২০২৩ বৰ্ষৰ মেট্ৰিক পৰীক্ষা।
নতুন শিক্ষা নীতিৰে অনুস্থিত হ’ব এইবাৰৰ মেট্ৰিক পৰীক্ষা।
৯১২টা কেন্দ্ৰত হ’ব পৰীক্ষা।এই কথা ঘোষণা কৰিলে ছেবাৰ অধ্যক্ষ ৰমেশ চন্দ্ৰ জৈনে।
এইবাৰ ৪টা বিষয়ত থাকিব ৫০টাকৈ ১ নম্বৰৰ প্ৰশ্ন।
উল্লেখযোগ্য যে,এইবাৰ গণিত,ইংৰাজী, সাধাৰণ বিজ্ঞান আৰু সমাজ বিজ্ঞানত থাকিব অবজেক্টিভ প্ৰশ্ন।
Comments