Cartoon
View Older
গুৱাহাটী, ১০ ডিচেম্বৰঃএন ডি টিভিয়ে এই বছৰৰ এছিয়াৰ শ্ৰেষ্ঠ মিডিয়া কোম্পানী বঁটা লাভ কৰিছে।এই বঁটা দিয়ে আমেৰিকাৰ বাৰ্কশায়াৰ মিডিয়াই।
এন ডি টিভিয়ে ২০২২ চনৰ বাবে এছিয়াৰ অতি বিশ্বাসী মিডিয়া কোম্পানী বঁটা আৰু এন ডি টিভিৰ অধ্যক্ষা সুপর্ণা সিঙে ২০২২ চনৰ ‘ইণ্টাৰনেশ্যনেল মিডিয়া পার্ছন’ বঁটাও লাভ কৰিছে।
Comments