Cartoon
View Older
গুৱাহাটী,১৪ ডিচেম্বৰ:উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ সূচী ঘোষণা।২০ ফেব্ৰুৱাৰীৰ পৰা ২০ মাৰ্চলৈ উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষা।
উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ সময়সূচীঃ
• ২০ ফেব্ৰুৱাৰীত ইংৰাজী বিষয়ৰ পৰীক্ষা
• ২৩ ফেব্ৰুৱাৰীত পদার্থ বিজ্ঞান, শিক্ষা, একাউন্টেন্সী বিষয়ৰ পৰীক্ষা
• ২৫ ফেব্ৰুৱাৰীত অর্থনীতি বিষয়ৰ পৰীক্ষা
• ২৮ ফেব্ৰুৱাৰীত ৰাজনীতি বিজ্ঞান, ৰসায়ন বিজ্ঞান, বিজনেছ ষ্টাডিজ
• ২ মাৰ্চত আধুনিক ভাৰতীয় ভাষা/ অল্টাৰনেটিভ ইংলিছ
• ৬ মাৰ্চত বুৰঞ্জী আৰু জীৱ বিজ্ঞান বিষয়ৰ পৰীক্ষা
• ৯ মাৰ্চত গণিত বিষয়ৰ পৰীক্ষা
• ১১ মাৰ্চত মনোবিজ্ঞান, তৰ্ক আৰু দৰ্শন বিষয়ৰ পৰীক্ষা
• ১৫ মাৰ্চত ভূগোল বিষয়ৰ পৰীক্ষা ।
Comments