Cartoon
View Older
গুৱাহাটী,১৮ ডিচেম্বৰ:পৰিবহন নিগমৰ অধীনত গুৱাহাটীত শীঘ্ৰেই আৰম্ভ হ’ব নতুন কেব সেৱা ৷ চালক আৰু গ্ৰাহকৰ বাবেও সুলভ হ’ব এই কেব সেৱা ৷ ASTC City Texi হিচাপে নামকৰণ কৰা হৈছে এই নতুন কেব সেৱাক ৷
অসম চৰকাৰে আৰম্ভ কৰিবলৈ আগবঢ়া এই কেব সেৱা হ'ব অতি সুলভ | ASTC City Texi এপত অন্তৰ্ভুক্ত হোৱা কেব চালকে প্ৰদান কৰিব নালাগে কোনো মোটা অংকৰ কমিচন। প্রতিদিনে মাত্র ১২ টকা ৫০ পইচা প্ৰদান কৰিয়েই এই এপৰ অংশীদাৰ হ'ব পাৰিব কেব চালকসকল । আনহাতে গ্ৰাহকৰ বাবেও সুলভ হ'ব এই কেব সেৱা ।
Comments