Cartoon
View Older
গুৱাহাটী,১৯ ডিচেম্বৰ:সদৌ অসম মাষ্টাৰ যোগাসন স্পৰ্টছ এছ'চিয়েচন উদ্যোগত আৰু বঙাইগাঁও জিলা যোগাসন স্পৰ্টছ এছ'চিয়েচনৰ সহযোগত দেওবাৰে বঙাইগাঁৱত প্ৰথমবাৰৰ বাবে অসম ভিত্তিত যোগাসন প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয় ৷
বঙাইগাঁও চহৰৰ চিলাৰায় ইণ্ডোৰ ষ্টেডিয়ামত এদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত কৰা হয় এই যোগাসন প্ৰতিযোগিতাৰ ৷ ২৮ বছৰৰ পৰা ৫৫ বছৰ বয়সৰ ভিতৰৰ পুৰুষ আৰু মহিলা দুয়ো শাখাত অনুষ্ঠিত হোৱা এই প্ৰতিযোগিতাত অসমৰ বিভিন্ন জিলাৰ পৰা প্ৰায় শতাধিক প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰে ৷
Comments