Cartoon
View Older
গুৱাহাটী,১৬ ডিচেম্বৰ: অসম চাহ জনজাতি ছাত্ৰ সন্থা চমুকৈ আটছা মাহমৰা শাখাৰ অন্তৰ্গতৰ লাকুৱা আটছা উপ-শাখা আৰু লাকুৱা চাহ বাগিচা প্রাথমিক সমিতিৰ যৌথ উদ্যোগত আৰম্ভ হৈছে বিনামূলীয়া পাঠদানৰ কাৰ্যসূচী।
বিশেষকৈ চাহ বাগিচা অঞ্চলৰ এইবাৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হোৱা ছাত্ৰ-ছাত্ৰীক বিনামূলীয়া পাঠদান আগবঢ়োৱাৰ নিমিত্তে আটছাই গ্ৰহণ কৰিছে শিক্ষামূলক কাৰ্যসূচী।
উল্লেখ্য, যোৱা ১৫ নৱেম্বৰত নাহৰ হাবি চাহ বাগিচাত আৰম্ভ হোৱা পাঠদান অহা ১৭ ডিচেম্বৰত লকুৱা বাগিচাৰ ৰজাবাৰীত ইয়াৰ সামৰণি ঘটিব। সেইদৰে ইয়াৰ সামৰণী অনুষ্ঠানটো অহা জানুৱাৰী মাহৰ দ্বিতীয় সপ্তাহত সামৰণি ঘটিব।
Comments