Cartoon
View Older
গুৱাহাটী,১৬ ডিচেম্বৰ:ৰাষ্ট্ৰীয় পৰীক্ষা সংস্থাই ২০২৩-২৪ বৰ্ষৰ বাবে একাডেমিক কেলেণ্ডাৰ মুকলি কৰিছে । এই অনুসৰি, দেশৰ সৰ্ববৃহৎ চিকিৎসা প্ৰৱেশ পৰীক্ষাৰ ৰাষ্ট্ৰীয় যোগ্যতা প্ৰৱেশ পৰীক্ষা ৭ মে'ত লিখিত পদ্ধতিত অফলাইনত অনুষ্ঠিত হ'ব ।
এই প্ৰৱেশ পৰীক্ষাৰ জৰিয়তে এইমছ আৰু জিপমেৰকে ধৰি সমগ্ৰ দেশৰ নিৰ্বাচিত বিএছচি নাৰ্চিং মহাবিদ্যালয়সমূহত চিকিৎসা বিজ্ঞান, দন্ত চিকিৎসা, আয়ুষৰ নামভৰ্তি কৰা হ'ব ।
Comments