Cartoon
View Older
গুৱাহাটী,১৯ ডিচেম্বৰ:সোমবাৰে গুৱাহাটীত অসম ৰাজ্যিক আউটচ’ৰ্চ শক্তি শ্ৰমিক সংঘই নিজৰ চাকৰি নিয়মীয়া কৰাৰ দাবীত উলুবাৰী বিক্ষোভ প্ৰদৰ্শন কৰে।
আনহাতে সোমবাৰে গুৱাহাটীত বিশেষভাৱে সক্ষম লোকৰ কল্যাণৰ দাবীত গুৱাহাটীৰ জনতা ভৱনৰ সন্মুখত প্ৰতিবাদী বিক্ষোভ প্ৰদৰ্শন কৰি দিব্যাংগ মঞ্চ অসমৰ সদস্য সকলে।
Comments