Cartoon
View Older
গুৱাহাটী,২৩ ডিচেম্বৰ : উত্তৰাখণ্ডৰ ঋষিকেশত অহা ২৬-২৮ ডিচেম্বৰত অষ্টাদশ ৰাষ্ট্ৰীয় আই টি এফ টাইকোৱাণ্ডো চেম্পিয়নশিলৈ অসমৰ ল'ৰা আৰু ছোৱালীৰ দল দুটা ঘোষণা কৰা হৈছে।
খেলুৱৈসকল হ'ল: হিয়া কাকতী, তানিষ্কা দত্ত, ভাস্বতী দাস, কৃষ্ণাশ্রী দাস, নিশান কলিতা, অর্ণব দেবনাথ, মানৱজ্যোতি মণ্ডল, শ্বেতা দাস, দৃষ্টি দলমা তামাং, প্ৰণয় গগৈ, গৌৰৱ সিং, প্ৰাঞ্জয় ৰয়, প্রীতম দাস, ঋষিকেশ খাউণ্ড, প্রিয়াংশু ৰয়, বিকাশ প্ৰতিম ডেকা, বিক্ৰিৰাজ ৰায়, দেৱাশিস ৰয়, নম্রতা বড়ো, অৰ্ণৱ শ্ৰীবাস্তৱ, দৈৱিক মুৰাকা, অবিনাশ চেতিয়া, দীপৰাজ শ্বাহ, দক্ষ বর্ধন সুৰেকা, গুণশ্ৰী বৰা আৰু হিতাংগন দাস।
Comments