Cartoon
View Older
গুৱাহাটী,২৩ ডিচেম্বৰ:ভাৰতত বিগত ২৪ ঘন্টাত ১৬৩ জন নতুনকৈ লোক কৰ’না ভাইৰাছত আক্ৰান্ত হৈছে । আজি কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে শ্বেয়াৰ কৰা তথ্য অনুসৰি ভাৰতত মুঠ আৰোগ্যৰ হাৰ প্ৰায় ৯৮.৮০ শতাংশ । আজি স্বাস্থ্য মন্ত্ৰালয়ৰ তথ্য অনুসৰি ভাৰতত ক’ভিড-১৯ৰ মুঠ সক্ৰিয় ৰোগীৰ সংখ্যা ৩,৩৮০লৈ হ্ৰাস পাইছে ।
Comments