Cartoon
View Older
গুৱাহাটী,২৫ ডিচেম্বৰ:গোলাঘাট জিলাৰ মেৰাপানী সীমান্তত পিষ্টলসহ নগা যুৱক আটক । মেৰাপানীস্থিত ১৪২ নং CRPF আৰু মেৰাপানী আৰক্ষীয়ে অভিযান চলাই আটক কৰে নগালেণ্ডৰ ওখা জিলাৰ বাক্টিৰ য়ানপেম' ল'থাক ।
ধৃত নগা লোকজনৰ পৰা জব্দ এটা .22 পিষ্টল আৰু ৭ জাঁই সক্ৰীয় গুলীৰ লগতে জব্দ দুটাকৈ ম'বাইল ফোন ৷ যুৱকজনক সোধাপোচা কৰাৰ অন্তত নগালেণ্ডৰ ভাণ্ডাৰী আৰক্ষীক গতাই দিয়ে চি আৰ পি এফে ৷
Comments