Cartoon
View Older
গুৱাহাটী,২৬ ডিচেম্বৰ:বৰপেটা জিলাৰ বাঘবৰত সোমবাৰে পুৱাৰে পৰা চলিছে প্ৰশাসনৰ উচ্ছেদ অভিযান । তাতেই বাঘবৰৰ বিধায়ক শ্বেৰমান আলীক পুনৰ ক'ৰা হ'ল আটক।উচ্ছেদ অভিযান বন্ধ কৰিবলৈ গৈ আটক হ’ল বিধায়কগৰাকী।সত্ৰ কনৰাত চলিছিল উচ্ছেদ এই অভিযান।উচ্ছেদ বন্ধ কৰাৰ হুংকাৰ দি ধৰ্ণাত বহিছিল শ্বেৰমান আলী।
৪০০ বিঘা চৰকাৰী মাটিত চলিল এই উচ্ছেদ অভিযান।বাঘবৰৰ সত্ৰকনৰা ১২ নং ছিটৰ ৪৫ টাকৈ পৰিয়ালক উচ্ছেদ প্ৰশাসনৰ ।
Comments