Cartoon
View Older
গুৱাহাটী,২৬ ডিচেম্বৰ:বৰপেটাত জলপানি কেলেংকাৰিত পুনৰ এজন অধ্যক্ষক গ্ৰেপ্তাৰ।জনপ্ৰিয় মহাবিদ্যালয়ৰ ভাৰপ্ৰাপ্ত অধ্যক্ষ ছিৰাজুল হকক গ্ৰেপ্তাৰ।মহাবিদ্যালয়ৰ পৰাই গ্ৰেপ্তাৰ অধ্যক্ষ ছিৰাজুল হকক।
ঈশান উদয় স্ক’লাৰশ্বিপৰ নামত সংঘটিত হৈছিল ভয়ংকৰ অনিয়ম।শনিবাৰে গ্ৰেপ্তাৰ হৈছিল হৰেন্দ্ৰচিত্ৰা মহাবিদ্যালয়ৰ অধ্যক্ষও।মহাবিদ্যালয়ৰ OTP ব্যৱহাৰ কৰি লুণ্ঠন চলাইছিল জলপানিৰ ধনৰ।ভুৱা ছাত্ৰ-ছাত্ৰী দেখুৱাই সৰকাইছিল জলপানিৰ কেইবা কোটি টকা।
Comments