Cartoon
View Older
গুৱাহাটী,২৬ ডিচেম্বৰ:গোলাঘাটত সোমবাৰৰ পৰা ৩ দিনীয়া কাৰ্যসূচীৰে অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ মহাৰজত জয়ন্তীৰ শুভাৰম্ভ হৈছে । মহাৰজত জয়ন্তীৰ সৈতে সংগতি ৰাখি ড্ৰাগছৰ বিৰুদ্ধে নৱ প্ৰজন্মক সজাগ কৰিবলৈ আটছাৰ উদ্য়োগত আজি উলিওৱা হয় এক বাইক ৰেলী ।
এই সমদলটোৰ শুভ উদ্বোধন কৰে গোলাঘাট জিলাৰ উপ-আৰক্ষী অধীক্ষক মাধুৰ্য বৰুৱাই । উক্ত অনুষ্ঠানটোত উপস্থিত থাকে আটছাৰ কেন্দ্ৰীয় নেতৃত্ব । এই উপলক্ষে বিভিন্ন বাৰেৰহণীয়া কাৰ্যসূচীৰ আয়োজন কৰা বুলি উদ্য়োক্তাসকলে সদৰি কৰিছে।
Comments