Cartoon
View Older
গুৱাহাটী,২৭ ডিচেম্বৰ:পুনৰ কংগ্ৰেছক লক্ষ্য কৰি ল’লে বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতাই। দদৰাৰ এখন সভাত কংগ্ৰেছ দলক কঠোৰ ভাষাৰে সমালোচনা কৰি ভৱেশ কলিতাই কয়, ‘‘ৰাহুল গান্ধীৰ কুকুৰটো সভাপতি হ'ব এদিন। বিজেপি ফেমিলিয়াৰ দল, ফেমিলীৰ দল নহয়। কংগ্ৰেছ হ'ল পৰিয়ালতান্ত্ৰিক দল। কংগ্ৰেছত সভাপতি হ'বলৈ গান্ধী পৰিয়ালৰ হ'ব লাগে।’’
তেওঁ লগতে কয় যে, বিজেপিৰ ইতিহাসে পৰিয়ালবাদৰ কথা নকয়। মল্লিকাৰ্জুন খৰ্গে প্ৰতীকী সভাপতিহে কংগ্ৰেছত। কংগ্ৰেছ শেষ হ'ল দুৰ্নীতি, ভ্ৰষ্টাচাৰ,তোষামোদ,পৰিয়ালবাদৰ কাৰণে।
Comments