Cartoon
View Older
গুৱাহাটী,২৭ ডিচেম্বৰ:সমষ্টি পুনৰ নিৰ্ধাৰণৰ ক্ষেত্ৰত নিৰ্বাচন আয়োগৰ বিশেষ নিৰ্দেশনা । অসমত শীঘ্ৰেই আৰম্ভ হ’ব সমষ্টি পুনৰ নিৰ্ধাৰণ প্ৰক্ৰিয়া । ২০২৩ ৰ ১ জানুৱাৰীলৈকে নতুন প্ৰশাসনীয় গোট গঠনৰ ক্ষেত্ৰত নিষেধাজ্ঞা জাৰি কৰা হৈছে ।
২০০১ৰ লোকপিয়লৰ ভিত্তিত পুনৰ নিৰ্ধাৰণ কৰা হ’ব লোকসভা আৰু বিধানসভা সমষ্টিত আয়োগে নিজাকৈ অধ্যয়ন কৰি নিৰ্ধাৰণ কৰিব সমষ্টিৰ সীমা । সীমা নিৰ্ধাৰণৰ খচৰা প্ৰস্তাৱ চূড়ান্ত কৰাৰ পাছত সাধাৰণ জনতাৰ পৰা পৰামৰ্শ আৰু আপত্তি গ্ৰহণ কৰিব নিৰ্বাচন আয়োগে।
Comments