Cartoon
View Older
গুৱাহাটী,২৮ ছেপ্টেম্বৰ:চীনত পুনৰ ক’ভিডে ভয়াৱহ ৰূপ ধাৰণ কৰাৰ সময়তে ভাৰততো বৃদ্ধি পাইছে ক’ভিড-১৯ ত আক্ৰান্ত লোকৰ সংখ্যা ৷ কৰ্ণাটকত বিদেশ ফেৰৎ ১৯ গৰাকীকৈ যাত্ৰী চিনাক্ত হৈছে ক’ভিড-১৯ পজিটিভ হিচাপে ৷
বাংগালুৰু আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰত RT-PCRৰ পৰীক্ষা কৰাৰ পিছতে ব্যক্তি কেইজন ক’ভিড-১৯ ত আক্ৰান্ত হিচাপে চিনাক্ত হৈছে ৷ ইয়াৰ পিছতে এতিয়া অধিক সতৰ্ক হৈ পৰিছে কৰ্ণাটক চৰকাৰ ৷
Comments