Cartoon
View Older
গুৱাহাটী,২৮ ডিচেম্বৰ:প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ মাতৃৰ স্বাস্থ্যৰ অৱনতি ৷ আহমেদাবাদৰ ইউ এন মেহতা চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে হীৰাবেন মোদীক ৷
মাতৃৰ স্বাস্থ্যৰ বুজ ল’বলৈ আজি আহমেদাবাদলৈ যোৱাৰ সম্ভাৱনা প্ৰধানমন্ত্ৰী মোদী । মোদীৰ আগমনৰ প্ৰতি লক্ষ্য ৰাখি নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰি তোলা হৈছে ।
Comments