Cartoon
View Older
গুৱাহাটী,২ জানুৱাৰী:জম্মু কাশ্মীৰৰ ৰাজৌৰীত ইটোৰ পিছত সিটো অঘটন সংঘটিত হৈছে ৷ ৰাজৌৰীত দেওবাৰে সন্ত্ৰাসবাদীৰ আক্ৰমণৰ ঘটনাৰ উত্তেজনা মাৰ নৌযাওঁতেই সোমবাৰে এটা বিস্ফোৰণৰ ঘটনা সংঘটিত হয় ৷ এই বিস্ফোৰণত এজন লোকৰ মৃত্যু হোৱাৰ লগতে ৫ জন লোক আহত হয় ৷
Comments