Cartoon
View Older
গুৱাহাটী,৪ জানুৱাৰী:হঠাৎ অসুস্থ কংগ্ৰেছৰ প্ৰাক্তন অধ্যক্ষা ছোনীয়া গান্ধী।শ্বাস-প্ৰশ্বাসৰ সংক্ৰমণত আক্ৰান্ত হৈছে৷ ছোনীয়া গান্ধীক ভৰ্তি কৰা হৈছে দিল্লীৰ ছাৰ গংগাৰাম হাস্পতালত।
হাস্পতালত বিশেষজ্ঞ চিকিৎসকৰ তত্বাৱধানত ৰখা হৈছে তেওঁক।এই তথ্য প্ৰকাশ কৰিছে তেওঁৰ কন্যা প্ৰিয়ংকা গান্ধী ভাদ্ৰাই।বৰ্তমান ছোনীয়া গান্ধীৰ অৱস্থা সুস্থিৰ বুলি জানিবলৈ দিছে চিকিৎসকে।
Comments