Cartoon
View Older
গুৱাহাটী,৮ জানুৱাৰী:শিৱসাগৰ জিলাৰ প্ৰাচীন কীৰ্তিচিহ্নসমূহৰ অন্যতম ঐতিহাসিক ৰংঘৰৰ সৌন্দৰ্যবৰ্ধনৰ বাবে অসম চৰকাৰে লৈছে এক অভিলাষী প্ৰকল্প । ৮৩ বিঘা ২ কঠা ৮.৫ লোচা ভূমিজুৰি সংগ্ৰহালয়, অতিথি জিৰণি চ’ৰা আদি নিৰ্মাণৰ লগতে পৰ্যটকক আকৰ্ষণ কৰিব পৰাকৈ সজাই-পৰাই তোলা হ'ব এছিয়াৰ প্ৰথমটো পেভিলিয়ন ৰংঘৰক ৷
সেই উদ্দেশ্যে অধিগ্ৰহণ কৰা ৭৮ বিঘা ১ কঠা ৫.৫ লোচা ম্যাদী মাটিৰ গৰাকীৰ ভিতৰৰ ৯ গৰাকীক শনিবাৰে চেক বিতৰণ কৰে অসম চৰকাৰৰ ৰাজহ মন্ত্ৰী যোগেন মহনে ।
Comments