Cartoon
View Older
গুৱাহাটী,১১ জানুৱাৰী: আৰক্ষী বিভাগৰ পুনৰীক্ষণৰ লগতে নিযুক্তি, নিৰাপত্তা, অপৰাধ নিয়ন্ত্ৰণ, চোৰাংচোৱা আদিৰ দৰে পুলিচিঙৰ বিভিন্ন দিশৰ বিষয়ে চৰকাৰৰ জ্যেষ্ঠ বিষয়াৰ সৈতে আজি অসম আৰক্ষীৰ মুখ্য কাৰ্য্যালয়ত আলোচনা কৰে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই ।
Comments