Cartoon
View Older
গুৱাহাটী,১৭ জানুৱাৰী:ৰূপান্তৰৰ শিল্পী ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ ৭২ সংখ্যক স্মৃতি দিৱস উপলক্ষে শ্ৰীশ্ৰী ৰাজহুৱা নামঘৰ (সত্ৰ)ৰ সহযোগত আৰু কনক লাল স্বৰ্গীয়াৰী সোঁৱৰণী কমিটীৰ উদ্যোগত আজি সংগীত, নৃত্য, চিত্রাংকন আৰু কবিতা প্রতিযোগিতাৰ আয়োজন কৰা হয় ।
ফটাশিল আমবাৰীৰ শ্ৰীশ্ৰী ৰাজহুৱা নামঘৰ (সত্ৰ) প্ৰাংগণত ৰাতিপুৱা ৯ বজাৰ পৰা অনুষ্ঠিত হোৱা এই অনুষ্ঠানৰ সামৰণি পৰে বিয়লি ৪ বজাত । ৰাতিপুৱা পতাকা উত্তোলন কৰে কনক লাল স্বৰ্গীয়াৰী সোঁৱৰণী কমিটীৰ সভাপতি শৰৎ ডেকাই ।
Comments