Cartoon
View Older
গুৱাহাটী,১৮ জানুৱাৰী:দেশৰ নিৰ্বাচন আয়োগে ঘোষণা কৰিলে চলিত বৰ্ষত অনুষ্ঠিত হ’বলগীয়া উত্তৰ-পূবৰ ৰাজ্যকেইখনৰ নিৰ্বাচনৰ তাৰিখ ৷ মুখ্য নিৰ্বাচনী আয়ুক্ত ৰাজীৱ কুমাৰে সদৰী কৰা মতে, অহা ১৬ ফেব্ৰুৱাৰীত ত্ৰিপুৰাত অনুষ্ঠিত হ’ব বিধানসভা নিৰ্বাচন ৷
একেদৰে নগালেণ্ড আৰু মেঘালয়ত বিধানসভা নিৰ্বাচন অনুষ্ঠিত হ’ব অহা ২৭ ফেব্ৰুৱাৰীত ৷ তিনিওখন ৰাজ্যৰে ভোট গণনা হ’ব ২ মাৰ্চত ৷
Comments