Cartoon
View Older
গুৱাহাটী,২০ জানুৱাৰীঃ গুৱাহাটীত ২-৯ ফেব্ৰুৱাৰীলৈ অনুষ্ঠিত হ'বলগীয়া ৰাষ্ট্ৰীয় পুৰুষ-মহিলা ভলীবল প্ৰতিযোগিতাত অংশ ল'বলগীয়া অসমৰ মহিলা দলটোত গোলাঘাটৰ পাঁচগৰাকী খেলুৱৈয়ে স্থান লাভ কৰিবলৈ সক্ষম হৈছে।
খেলুৱৈকেইগৰাকী হৈছে— এনিশা বৰা, পাৰ্টী চাংমা, পূজা গগৈ, বাবলী বৰা আৰু প্ৰাৰ্থনা গগৈ । জিলাখনৰপৰা পাঁচগৰাকীকৈ খেলুৱৈয়ে ৰাজ্যিক দলত স্থান লাভ কৰাত গোলাঘাটৰ ৰাইজে সন্তোষ প্রকাশ কৰিছে।
Comments