Cartoon
View Older
গুৱাহাটী,২২ জানুৱাৰী:কেন্দ্ৰীয় ক্ৰীড়া মন্ত্ৰণালয়ে ভাৰতীয় মল্লযুঁজ ফেডাৰেশ্বনৰ সহকাৰী সম্পাদক বিনোদ টোমৰক নিলম্বন কৰিছে ৷
ক্ৰীড়া সংস্থাটোৰ মুৰব্বী ব্ৰিজ ভূষণ শৰণ সিঙৰ বিৰুদ্ধে মল্লযুঁজাৰুসকলক চলোৱা যৌন নিৰ্যাতন আৰু দুৰ্নীতিৰ অভিযোগক নস্যাৎ কৰি খেলুৱৈ সকলৰ মানসিকতাক লৈ প্ৰশ্ন উত্থাপন কৰাৰ বাবে লোৱা হৈছে এই সিদ্ধান্ত । ইয়াৰ লগে লগে উত্তৰ প্ৰদেশৰ গোণ্ডাত আৰম্ভ হ’বলগীয়া অ’পেন চেম্পিয়নশ্বিপো বাতিল কৰিছে মন্ত্ৰণালয়ে ।
Comments