Cartoon
View Older
গুৱাহাটী, ২০ জানুৱাৰীঃ টীম ইণ্ডিয়াৰ পুৰুষ হকী দলে বৃহস্পতিবাৰে ৱেলছক ৪-২ গ'লত পৰাস্ত কৰি পুল ডিত দ্বিতীয় স্থানত উপনীত হৈছে। ইয়াৰ লগতে, ক্ৰছ-অভাৰ মেচ খেলি দলটোৱে এফ আই এইচ পুৰুষ হকী বিশ্বকাপৰ কোৱাৰ্টাৰ ফাইনেলত স্থান লাভ কৰিব।
Comments