Cartoon
View Older
গুৱাহাটী, ২৪ জানুৱাৰীঃগণতন্ত্ৰ দিৱস বৰ্জনৰ ভাবুকি দিছে আলফা (স্বাঃ)ই ।গণতন্ত্ৰ দিৱসত ১৮ ঘন্টীয়া বন্ধৰ আহ্বান আলফা (স্বাধীন)ৰ।২৬ জানুৱাৰীৰ নিশা ১ বজাৰ পৰা সন্ধিয়া ৬ বজালৈ সর্বাত্মক বন্ধ ঘোষণা কৰিছে।
আলফা (স্বাঃ)ই মেইলযোগে জনালে এই কথা।আনহাতে বন্ধৰ সময়ছোৱাত জৰুৰীকালীন বিভাগ,সংবাদসেৱা,ধৰ্মীয় কাম-কাজত কোনো বাধা নাথাকিব বুলিও উল্লেখ কৰা হৈছে।উল্লেখযোগ্য যে ,ইয়াৰ সমান্তৰালকৈ নাগালেণ্ডতো বন্ধৰ আহ্বান এন এচ চি এন (খাপলাঙ)ৰ।
Comments