Cartoon
View Older
গুৱাহাটী, ২৫ জানুৱাৰীঃ গুৱাহাটী ৰে'ল আৰক্ষীয়ে বুধবাৰে পুৱা ডিমাপুৰৰ পৰা অহা বিবেক এক্সপ্ৰেছ ৰেলৰ পৰা প্ৰায় ৪০ কিলোগ্ৰাম গাঞ্জা জব্দ কৰে। আৰক্ষীয়ে জানিবলৈ দিয়া অনুসৰি, গাঞ্জাখিনি দুটা মোনাত ৰেলখনত গোপন স্থানৰ পৰা উদ্ধাৰ কৰা হয়। ইপিনে, জব্দ কৰা গাঞ্জাখিনিৰ আনুমানিক বজাৰ মূল্য প্ৰায় ২০ লাখ হ'ব বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে।
Comments