Cartoon
View Older
গুৱাহাটী, ২৭ জানুৱাৰীঃ শুক্ৰবাৰে ডিগবৈ তৈল ক্ষেত্ৰত বিধ্বংসী অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হয়। অগ্নিকাণ্ডৰ ঘটনাটো ডিগবৈৰ এটা তেল ক্ষেত্ৰৰ মাজত থকা ডাম্পিং গ্ৰাউণ্ডত সংঘটিত হৈছে, য'ত ডাম্পিং গ্ৰাউণ্ডৰ পৰা মাত্ৰ কিছু নিলগতে এটা তেলৰ পাইপ লাইন আছে।
ইপিনে, ওচৰতে থকা তেলৰ পাইপ লাইনৰ কথা বিবেচনা কৰি কোনো আগতীয়া সুৰক্ষা ব্যৱস্থা নোহোৱাকৈ ডাম্পিং গ্ৰাউণ্ড স্থাপন কৰা হৈছে বুলি অভিযোগ উত্থাপিত হৈছে।
Comments